Cabinet Ministers of Assam and the Portfolios of the Ministers in Assamese

অসমৰ কেবিনেট মন্ত্ৰী সকল : অসম বিধানসভাৰ নতুন মন্ত্ৰীসভাৰ তালিকা

Cabinet Ministers of Assam and the Portfolios of the Ministers in Assamese

The Assam Legislative Assembly Election 2021 was the 15th quinquennial legislative assembly election held in the Indian state of Assam from March 27 to April 6 in three phases, to elect 126 MLAs to the 15th Assam Legislative Assembly. After the declaration of 15th Assam Legislative Assembly election, Bharatiya Janata Party (BJP)-led alliance retained power and again got the power to form the government of Assam consecutively for the second time.But Even after scoring a landslide victory there arise amid continuing uncertainty over who would be the next Chief Minister of Assam.

In this article we are giving the detail list of the Cabinet Ministers of Assam and the Portfolios of the Ministers in Assamese

অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তৰালত ইংৰাজী ৯মে দেওবাৰ ২০২১ ত ঘোষিত হয় অসমৰ নতুন মুখ্যমন্ত্ৰী জনৰ নাম। অসমৰ নতুন মুখ্যমন্ত্ৰী পদত অধিস্থিত হয় ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে সৰ্বানন্দ সোণোৱালে৷

আজিৰ এই লিখনিত আলোচনা কৰিম হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ সমূহৰ বিষয়ে। কোন মন্ত্ৰীয়ে কি দপ্তৰ লাভ কৰিলে। দপ্তৰ বিতৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ লগতে ৰাখিলে গৃহ, লোকনিৰ্মাণ বিভাগ। কেশৱ মহন্তক দিয়া হ'ল স্বাস্থ্য,পৰিয়াল কল্যান বিভাগ। অজন্তা নেওগলৈ বিত্ত, ৰণোজ পেগুলৈ শিক্ষা বিভাগৰ দায়িত্ব।

এতিয়া জানো আহক কোন মন্ত্ৰীয়ে কি দপ্তৰ লাভ কৰিলে ?

Well here is the list of the name of Cabinet Ministers of Assam, their Constituencies and the portfolios of the ministers

হিমন্ত বিশ্ব শৰ্মা : মুখ্যমন্ত্ৰী

বিধায়ক : জালুকবাৰী 

দপ্তৰ : গৃহ, গড়কাপ্টানি বিভাগ, পাৰ্চনেল বিভাগ আৰু বিতৰণ নকৰা অন্য সকলো বিভাগ

অজন্তা নেওগ 

বিধায়ক : গোলাঘাট 

দপ্তৰ : বিত্ত আৰু সমাজ কল্যাণ বিভাগ

ৰণজিৎ কুমাৰ দাস 

বিধায়ক : পাটাছাৰকুছি 

দপ্তৰ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ

চন্দ্ৰমোহন পাটোৱাৰী 

বিধায়ক : ধৰ্মপুৰ 

দপ্তৰ : পৰিবহণ, উদ্যোগ আৰু বাণিজ্য, দক্ষতা বিকাশ আৰু সংখ্যালঘূ উন্নয়ন

অতুল বৰা

বিধায়ক : বোকাখাত 

দপ্তৰ : কৃষি, উদ্যান শস্য, পশুপালন, সীমান্ত উন্নয়ন আৰু অসম চুক্তি ৰূপায়ণ বিভাগ

কেশৱ মহন্ত 

বিধায়ক : কলিয়াবৰ 

দপ্তৰ : স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য-প্ৰযুক্তি বিভাগ

পৰিমল শুক্লবৈদ্য 

বিধায়ক : ঢলাই 

দপ্তৰ : আবকাৰী, বন আৰু পৰিবেশ, মীন বিভাগ

পীয়ূষ হাজৰিকা 

বিধায়ক : জাগীৰোড 

দপ্তৰ : জলসম্পদ, জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগ

ডাঃ ৰণোজ পেগু 

বিধায়ক : ধেমাজি 

দপ্তৰ : শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন(Non BTC)

উৰ্খাও গৌৰা ব্ৰহ্ম  

বিধায়ক : চাপাগুৰি 

দপ্তৰ : হস্ততাত-বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন(BTC)

অশোক সিংঘাল 

বিধায়ক : ঢেকীয়াজুলি 

দপ্তৰ : গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন, জলসিঞ্চন বিভাগ

যোগেন মহন 

বিধায়ক : মাহমৰা 

দপ্তৰ : ৰাজহ আৰু দুৰ্যোগ প্ৰশমন, পাৰ্বত্য এলেকা উন্নয়ন, খনি আৰু খনিজ সম্পদ বিভাগ

সঞ্জয় কিষাণ 

বিধায়ক : তিনিচুকীয়া 

দপ্তৰ : শ্ৰম আৰু নিয়োগ, চাহ জনগোষ্ঠী উন্নয়ন

বিমল বৰা 

বিধায়ক : টিংখাং 

দপ্তৰ : শক্তি, পৰ্যটন, সাংস্কৃতিক পৰিক্ৰমা আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ

বৰ্তমানলৈকে এই ১৪ জনীয়া মন্ত্ৰীসভাৰ জড়িয়তে ৰাজ্যৰ কাম-কাজবোৰ আগুৱাই নিয়া হ'ব।

For timely updates related to your query on Cabinet Ministers of Assam and the Portfolios of the Ministers in Assamese & General Knowledge of various subjects in Assamese, unemployment issues, solutions in various fields, Current Affairs, Govt Job, UPSC, APSC - like us on Facebook or join our telegram channel & Subscribe our channel on Youtube. To Read more visit Assam Gk Gyan. Thank You...

* Must Check :

* Himanta Biswa Sarma New Chief Minister of Assam 

* Steps taken by New Cabinet of Assam 

Assam Legislative Assembly Election Results 2021 Final List 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.